শূন্যৰ পৰা শিখৰে… হৈছে এক প্ৰেৰণাদায়ক গ্ৰন্থ, য’ত আত্মবিশ্বাস, অধ্যৱসায়, ইতিবাচক চিন্তা আৰু লক্ষ্যপ্ৰাপ্তিৰ দিশসমূহ সহজ-সৰল ভাষাত উপস্থাপন কৰা হৈছে। জীৱনৰ প্ৰতিটো খোজত নিজকে গঢ়ি তুলি সফলতাৰ শিখৰত উপনীত হ’ব বিচৰা পাঠকৰ বাবে এই গ্ৰন্থখন এক অনুপ্ৰেৰণাৰ উৎস।
Reviews
There are no reviews yet.